
development
নগাঁৱত ৪,১২৩ পৰিয়াললৈ খোৱা পানী যোগান ধৰিলে মন্ত্ৰী অশোক সিংঘালে
অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে দেওবাৰে অটল পুনৰুজ্জীৱিতকৰণ আৰু নগৰাঞ্চলৰ ৰূপান্তৰকৰণ অভিযান (অমৰুট) আৰু অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নগাঁও পৌৰসভাৰ অন্তৰ্গত